শান্তিৰ এজাক বৰষুণ // অদিতী তাঁতী


শান্তিৰ এজাক বৰষুণ লাগিছিল/ 
অদিতী তাঁতী


শান্তিৰ এজাক বৰষুণ লাগিছিল
নিচিন্ত মনে‌ জিৰণি লবলৈ
এতিয়া তো মৃত্যুৰ কিৰিলি
হেডলাইনত স্থান পাই 
ধৰ্ষণ, হিংসা আৰু হত্যাৰ বাতৰি।

প্ৰথমে জন্ম দান  আৰু জীৱন দান দিয়ক 
কোনো মাতৃ, পত্নীয়ে চকুলোৰ সাহস হ'ব
দেশখনত শান্তিৰে বিৰাজ কৰিব দিয়ক 
জাতি ভেদৰ বিচাৰ কৰিব বাদ দিয়ক
শান্তিৰ এজাক বৰষুণ লাগিছিল
সকলোৱে কামনা কৰক।।


একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ